Similar Words in Assamese Language প্ৰতিশব্দ

অৰুণ ------ সূৰ্য্য

অচল ----- স্থিৰ, স্থবিৰ

অন্ত ----- শেষ

অস্ত ----- ডুবযোৱা, মাৰযোৱা

আৰ্হি ----- উদাহৰণ, চানেকি, পটন্তৰ

আকাঙ্খা----- আগ্ৰহ, ইচ্ছা, হাবিয়াস

ইন্দ্ৰ ----- দেৱৰাজ, শশীপতি

উত্তম ----- শ্ৰেষ্ঠ, উত্কৃষ্ট

উষা ----- ৰাতিপূৱা, প্ৰাতঃ

উদৰ ----- পেট, গৰ্ভ

কলম ----- কাপ, লেখনী

কাম ----- কৰ্ম, কৰম

খবৰ ----- বাতৰি, সংবাদ

খৰচ ----- ব্যয়

গৰম ----- তপত, উষ্ণ

গঙ্গা ----- জাহ্নৱী, ভগিৰথী, পদ্মা

গৰ্ব ----- অহঙ্কাৰ, ফিতাহি, গৌৰৱ ঘৰ ----- আলয়, গৃহ, কুটীৰ, ভৱন, নিলয়, আবাস

ঘোঁৰা ----- তুৰক, হয়, অশ্ব

ঘূৰণীয়া ----- বৃত্তাকাৰ, গোলাকাৰ

চন্দ্ৰ ----- নিশাপতি, নিশাকৰ, শশধৰ, শশী, জোন, জোনাক, অৰুণাংশু, সুধাকৰ, সুধাংশু

চকু ----- লোচন, নয়ন, আখি, অক্ষি, নেত্ৰ

চকা ----- চকৰি, চক্ৰ

ছাল ----- চৰ্ম

ছবি ----- চিত্ৰ

জননী ----- আই, মা, মাতৃ

জুই ----- অনল, হুতাশন, অগ্নি, বহ্নি

জগত ----- পৃথিৱী, ধৰিত্ৰী, অৱনী, বসুন্ধৰা, ধৰা, বসুধা

টকা ----- ধন. পইছা

ঠগ ----- প্ৰতাৰক, প্ৰৱঞ্চক

দুৰ্গা ----- ভৱানী, ভৈৰৱী, দশভুজা, শিৱানী, চামুণ্ডা, ভদ্ৰানী

নদী ----- স্ৰোতস্বিনী, তটিনী, প্ৰৱাহিনী

নতুন ----- নবীন, অৰ্বাচীন

নাটক ----- ভাওনা, অভিনয়

নুমলীয়া ----- শেষৰজন, শেহতীয়া

পৰ্বত ----- গিৰি, অচল, শৈল, ভূধৰ

পাৰ্গত ----- পটু, নিপুন

পানী ----- জল, পয়, অপ, অম্বু, বাৰি

পদুম ----- পদ্ম, শতদল, কমল, শতপত্ৰ, নলিনী, সৰোজিনী, পংকজ, অৰবিন্দ

পত্ৰ ----- খত, চিঠি

পাৰ্বতী ----- দুৰ্গা, গৌৰী, মাতঙ্গী, ভগৱতী, পদ্মাৱতী, বগলা

পত্নী ----- তিৰোতা, অৰ্ধাঙ্গিনী, ঘৈনী

পৃথিৱী ----- ধৰণী, জগত, ভূলোক, ভূৱন, ধৰিত্ৰী, বসুন্ধৰা, বসুমতী

ফুল ----- পুস্প

ফৌজ ----- সৈন্যদল, সেনাবাহিনী

বতাহ ----- পৱন, সমিৰণ, বায়ু

বাহু ----- হস্ত, হাত, কৰ

বাগদেৱী----- সৰস্বতী, বিদ্যাৱতী, ভাৰতী, বীনাপাণি

বাসুদেৱ ----- নাৰায়ণ, শ্ৰীকৃষ্ণ, মাধৱ, যাদৱ, জনাৰ্দন, যদুপতি

বন ----- জঙ্ঘল, জংঘল, হাবি, অৰণ্য

বতাহ ----- সমীৰণ, সমীৰ, পৱন,

বাণী ----- বচন, কখা, বাক্য

ভাস্কৰ ----- ভানু, সূৰ্য, তপন, ৰবি, দিনমণি, দিনকৰ

ভাবুক ----- চিন্তাশীল, চিন্তক

ভয়ঙ্কৰ ----- ভয়ানক

মূল্য ----- দাম, দৰ

মৰম ----- স্নহ, আদৰ

মহাদেৱ ----- শঙ্কৰ, শিৱ, মহেশ্বৰ, ত্ৰিনয়ণ

মানুহ ----- নৰ, মনুষ্য, মানৱ

মেঘ ----- ডাৱৰ, জলধৰ

মৃত্যু ----- স্বৰ্গীয়, মৰণ, দেহান্তৰ, নিধন, বিনাশ, লোকান্তৰ, পৰলোক

যত্ন ----- প্ৰচেষ্টা, চেষ্টা, পুৰুষাৰ্থ

ৰণ ----- যুঁজ, যুদ্ধ

ৰং ----- স্ফুৰ্তি, আনন্দ, ধেমালী

ৰজা ----- নৃপতি, নৃপ, নৰপতি, মহিপাল, ভূপতি

ৰমণী ----- নাৰী, মহিলা, অবলা, তিৰোতা

ৰাগ ----- খং, ক্ৰধ

ৰাতি ----- ৰজনী, নিশা

ৰত্ন ----- মূল্যবান ধাতু যেনে হীৰা, মুকুতা, মাণিক

ৰোগ ----- অসুষ, বেমাৰ, নৰিয়া

লাহি ----- নৰম, লেহুকা, কোমল

লাঠি ----- লৰু, টোকন, লাখুটি

লোক ----- মানুহ, মনুষ্য, মানৱ

ললিত ----- সুৱদী, সুন্দৰ, ধুনীয়া

লোহিত ----- লুইত, ব্ৰহ্মপুত্ৰ

শকত ----- মোটা

শঙ্কৰ ----- মহাদেৱ, শিৱ, ভোলানাথ, চন্দ্ৰশেখৰ

শক্তি ----- বল, ক্ষমতা

শোণিত ----- তেজ, ৰক্ত

সৰল ----- সহজ, পোন, চিধাচাধা

সম্বল ----- আহিলা, উপাদান

সমুদ্ৰ ----- সাগৰ, সিন্ধু

সৰোবৰ ----- হ্ৰদ, ডাঙৰ জলাশয়

সত্য ----- প্ৰকৃত, সঁচা, আচল

সব্যসাচী –- অৰ্জ্জুন, পাৰ্থ, বৃহন্নলা

সাগৰ ----- সমুদ্ৰ, সিন্ধু, অৰ্ণৱ, বাৰিধি, জলধি, জলনিধি

সূৰ্য্য ----- বেলি, দিবাকৰ,ৰবি, ভানু, ভাস্কৰ, আদিত্য, তপন, অৰুণ

হাত ----- হস্ত, কৰ

হাতী ----- গজ, হস্তী

হৰ ----- শিৱ, শঙ্কৰ, দিগম্বৰ

হৰ্ষ ----- পুলক, আনন্দ, উল্লাস

হৰি ----- শ্ৰীকৃষ্ণ, কানাই

হানি ----- ক্ষতি, অপকাৰ, লোকচান

Dhiman Seal, Librarian, AEI, Guwahati-3