Assamese Phrases

Phrases & Idiom

Update/ necessary corection is Going on অতি দৰ্পে হত লঙ্কা

অভাবেই আবিস্কাৰৰ মূল

অধিক ৰান্ধনীত ভোজন নষ্ট

অতিভক্তি চোৰৰ লক্ষণ

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ

অতি লোভ যাৰ হতচিৰী তাৰ

অন্ধ দেশত কণাই ৰজা

অপমানতকৈ মৃত্যুয়েই শ্ৰেয়

অল্পবিদ্যা ভয়ঙ্কৰী

অলপ কথা জ্ঞানীৰ লক্ষণ

অসত সংগতকৈ নিসংগ হোৱাই ভাল তততত

অপাত্ৰত দান দি লাভ নাই

অন্তৰত সকলো মানুহেই কবি

অনুশোচনা অতি পলমকৈ আহে

অধিক মাছত বগলী কণা

অকাটন দাৰ টিহ্-টিহিয়া নাহী... …….

অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানতহে থাকে

অন্নচিন্তা চমতকাৰ তততত

অজ্ঞতাৰ সন্তান ওজৰ আৰত্তি

অজ্ঞতাই পৰিৱৰ্তনলৈ ভয় কৰে

কৰ্তব্যই অধিকাৰ আনে

অসন্তুষ্ট ব্যক্তি ধনী হব নোৱাৰে

অল্পতুষ্টই আটাইতকৈ শুখী

অন্ধক বাটৰ কখা শুধি লাভ নাই

অতিত কেতিয়াও ঘুৰি নাহে

অধ্যাৱসায়ীৰ জয় সুনিশ্চিত

অল্পতুষ্ট যি ভহুখিনি পায় সি

অসন্তুষ্টি আত্মবিশ্বাসৰ অভাৱৰ ফলশ্ৰুতি

অন্ধই অন্ধৰ পথপ্ৰদৰ্শক হলে দুয়োটাই পৰিব খালত

অজ্ঞতা ইশ্বৰৰ অভিশাপ স্বৰূপ

অন্ধবিশ্বাসী মানুহ প্ৰাণহীন শৰীৰৰ তুল্য

অভিযুক্ত হোৱাৰ আগতে ক্ষমা ভিক্ষা নকৰিবা

অসন্তুষ্টই প্ৰকৃত দৰিদ্ৰ

অপেক্ষাকৃত জনে সকলো বস্তুকে পায়

অপব্যয় নকৰিলে অভাৱত নপৰে

অকৃতজ্ঞতকৈ বেয়া মানুহ নাই

অযুক্তিকৰ কথা ক্ষণস্থায়ী

অসাধাৰণ প্ৰতিভা বলিয়ালি সদৃশ্যৰ

অলসতা মুৰ্থৰ বন্ধ ))((( মুৰ্থৰ বন্ধ হল অলসতা

অজ্ঞতাই কেতিয়াও সমস্যাৰ সমাধান নকৰে

অন্তৰৰ আনন্দই বদন প্ৰফল্ল কৰে

অন্যায়ৰ শান্তিতকৈ যুদ্ধ শ্ৰেষ্ঠ

অস্ত্ৰ শস্ত্ৰৰ মাজত আইন ববা

অৰ্থই অনৰ্থৰ মূল

অতীতৰ ওপৰত ভগৱানৰ ক্ষমতা নাই

অন্ধবিশ্বাসে গটেই বিশ্বক ৰাখে অগ্নিশিখাৰ ওপৰত, দৰ্শনেহে কৰে উপশম

অসতে সকলোকে অসত যেনেই দেখে

অহংকাৰীৰ পতন অনিবাৰ্য্য

অনুধাবনেই অভ্যাস হয় ....………………………..

অতীত মৰহি যায়, সুগন্ধহে মাত্ৰ ৰয়

অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন

অহংকাৰ আগে আগে, লজ্জা পিছেপিছে যায়

অল্প অৰ্জ্জন বিস্তৰ ভজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ

অসুৰৰ ঘৰতহে অসুৰ জন্মে

অৱস্থা লৈ ব্যবস্থা

অভগীযাই যকে যায় হুলে বিন্ধে বৰলে খায়

আয় চাই ব্যয়

আতুৰত নিয়ম নাস্তি

আপোন ভালেই জগত ভাল ততততততত

আধা জনাতকৈ নজনাই শ্ৰেয়

আশাত থকাজন ভোকত মৰে

আদৰত লৰা নষ্ট

আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল

আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিছয়

আনক জয় কৰাজন বলী, নিজক জয় কৰাজন শক্তশালী

আজিৰ লৰা-জোৱালী কাইলৈৰ নাগৰিক

আলস্যই অপকৰ্মৰ মূল

আকাশত চাং পাতিবলৈ পৰিকল্পনা নকৰিবা

আনন্দই সৌন্দয্যৰ আচল প্ৰসাধন

আশাময় সংশাৰ

আনন্দহীন অন্তৰ অতি দুখীয়া

আৱশ্যকতাত অতি তুচ্ছ বস্তুও মহামূল্যবান হয়

আভৰণ সলনিৰে স্বভাৱ সলনি অসম্ভৱ

আইন ৰচোতাই বেচি আইন ভাঙে

আশা দুখীয়াৰ খাদ্য

আলস্য ভীক্ষাবৃত্তিৰ চাবিকাঠি

আঠুৱা ছাই ঠেং মেলিবা

আমি কি হৈছো জানো, কি হম নাজানো

আইনৰ হাত দীঘল

আত্মাক নহয়, শৰীৰকহে বস্তুৰ প্ৰয়োজন

আত্মবিশ্বাসৰ উন্নতিৰ ছাবিকাঠি

আশা মানৱ আন্তৰৰ শ্বাশত নিজৰা

আগতে প্ৰমাণ, পাচতহে বিশ্বাস

আটাইতকৈ পকা ফলটো আগত সৰে, বৰগছ ডাল আগত পৰে

আনন্দিতৰ বন্ধু অনেক

আদৰ্শবাদীয়ে আনক উন্নতিত সহায় কৰে

আনন্দ প্ৰকৃত শ্ৰেষ্ঠ ঔষধ

আইন অনন্ত খাল সদৃশ

আইন মকৰা জাল সদৃশ

আৱেগ শূন্য নহোৱালৈকে আমি দেৱতা সদৃশ হব নোৱাৰো

আনে শুই থকাৰ সময়ত তুমি গভীৰলৈ চহাবা

আছে ব্ৰাহ্মণ, নাই নৱগুণ

আনন্দ আৰু নিৰানন্দ এটা পইছাৰ ইপিঠ সিপিঠি

আইনত থাকিলে এজনেই সংখাগৰিষ্ঠ

আশাই পৰম সুখ, নিৰাশাই পৰম দুখ

আমেই বান কঠালেই ধান

..............……………………………………………………………

ইচ্ছা থাকিলে উপায় ওলায়

ইচ্ছাশক্তিসম্পন্ন ব্যক্তিয়েহে জ্ঞানী হয়

ইচ্ছাই দুখৰ কাৰণ

ইচ্ছা কৰিলেও সকলো হব নোৱাৰি

ইচ্ছা আৰু চেষ্টাত মহত কামো সিজে ততততত

ইফালে জং সিফালে যাঠি

ইংলেণ্ড সংসদৰ মাতৃ

ঈশ্বৰে যি কৰে মঙ্গলে কৰে

ঈশ্বৰৰ সহায় যোৰ কিহৰ ভয় তাৰ

ঈশ্বৰ সৰ্বত্ৰ বিদ্যমান

ঈশ্বৰ কৰুণাময়

ঈশ্বৰে সিজনকহে সহায় কৰে যি আনক সহায় কৰে

ঈশ্বৰে ৰাখে যাক, হাতি ঘোৰা নালাগে তাক

ঈশ্বৰ সৰ্বশক্তিমান

ঈৰ্ষাৰ গুলি উফৰি আহি নিজৰ গাত লাগে

উপদেশতকৈ আৰ্হি ভাল

উপদেশ কোনেও ভাল নাপায়

উপদেশ

উমৈহতিয়া শৱ বাহী হয়

উন্মক্ত জনতাৰ মূৰ বহুত, মগজু নাই

উন্মক্ত বাকচে চোৰক প্ৰলোভিত কৰে

উন্নতিয়ে বন্ধু আনে বিপৰ্যয়ত পৰিছয় পায়

বিপদত বন্ধুৰ চিন

উঠাতকৈ নামা সহজ

উপকাৰিক আপকাৰ নকৰিবা

উপকাৰিক আজগৰে খায়

উঠিবলৈ নিদিয়া ঘোৰাতকৈ উঠিবলৈ দিয়া গাধই ভাল

ঋণৰ শেষ, শত্ৰুৰ শেষ আৰু জুইৰ শেষ ৰাখি নথবা

ঋণও নহবা ঋণদাঁতাও নহবা

ঋণ মুক্ত মানে বিপদমুক্ত

ঋণীৰ অভাৱ আৰু তিৰোতাৰ অভাৱ পুৰাব নোবাৰি

ঋণ লোওতাতকৈ ঋণদাঁতাৰ স্মৃতি প্ৰখৰ

ঋণহীন দুখীয়া লোকজন ৰাজকুমাৰতকৈ শ্ৰেষ্ঠ

এক বুঢ়ীৰ দুই কাম, ধান বান্ধে চুহে আম

এপাত তালে নাবাজে

এপাচি শাকত এটা জালুক

এক বৰাই ধান খায়, এক বৰাই হান খায়

এৰা ধৰা উত্তম উপায়

একমাত্ৰ কৰ্মইহে দুখ হৰে

একোৱেই নজনাজনৰ কালৈ ভয়

এজন দেখা সাক্ষী, দহজন শুনা সাক্ষীতকৈ শ্ৰেষ্ঠ

চালাকিয়ে এটা চকুৰে তেল আৰু আনটো চকুৰে পানী বিকে

সেৱাই শ্ৰেষ্ঠ প্ৰাৰ্থনা

বগাব গৈ পৰাতকৈ স্থিৰ হৈ থকাই ভাল

বিপদত বন্ধুৰ পৰিচয়

দুৰ্ভাগীয়াই যকে যায় সাগৰ শুকায় মানিক লুকায়

্ Phrases & Idiom

Update/ necessary corection is Going on অতি দৰ্পে হত লঙ্কা

অভাবেই আবিস্কাৰৰ মূল

অধিক ৰান্ধনীত ভোজন নষ্ট

অতিভক্তি চোৰৰ লক্ষণ

অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ

অতি লোভ যাৰ হতচিৰী তাৰ

অন্ধ দেশত কণাই ৰজা

অপমানতকৈ মৃত্যুয়েই শ্ৰেয়

অল্পবিদ্যা ভয়ঙ্কৰী

অলপ কথা জ্ঞানীৰ লক্ষণ

অসত সংগতকৈ নিসংগ হোৱাই ভাল তততত

অপাত্ৰত দান দি লাভ নাই

অন্তৰত সকলো মানুহেই কবি

অনুশোচনা অতি পলমকৈ আহে

অধিক মাছত বগলী কণা

অকাটন দাৰ টিহ্-টিহিয়া নাহী... …….

অসম্ভৱ শব্দটো মূৰ্খৰ অভিধানতহে থাকে

অন্নচিন্তা চমতকাৰ তততত

অজ্ঞতাৰ সন্তান ওজৰ আৰত্তি

অজ্ঞতাই পৰিৱৰ্তনলৈ ভয় কৰে

কৰ্তব্যই অধিকাৰ আনে

অসন্তুষ্ট ব্যক্তি ধনী হব নোৱাৰে

অল্পতুষ্টই আটাইতকৈ শুখী

অন্ধক বাটৰ কখা শুধি লাভ নাই

অতিত কেতিয়াও ঘুৰি নাহে

অধ্যাৱসায়ীৰ জয় সুনিশ্চিত

অল্পতুষ্ট যি ভহুখিনি পায় সি

অসন্তুষ্টি আত্মবিশ্বাসৰ অভাৱৰ ফলশ্ৰুতি

অন্ধই অন্ধৰ পথপ্ৰদৰ্শক হলে দুয়োটাই পৰিব খালত

অজ্ঞতা ইশ্বৰৰ অভিশাপ স্বৰূপ

অন্ধবিশ্বাসী মানুহ প্ৰাণহীন শৰীৰৰ তুল্য

অভিযুক্ত হোৱাৰ আগতে ক্ষমা ভিক্ষা নকৰিবা

অসন্তুষ্টই প্ৰকৃত দৰিদ্ৰ

অপেক্ষাকৃত জনে সকলো বস্তুকে পায়

অপব্যয় নকৰিলে অভাৱত নপৰে

অকৃতজ্ঞতকৈ বেয়া মানুহ নাই

অযুক্তিকৰ কথা ক্ষণস্থায়ী

অসাধাৰণ প্ৰতিভা বলিয়ালি সদৃশ্যৰ

অলসতা মুৰ্থৰ বন্ধ ))((( মুৰ্থৰ বন্ধ হল অলসতা

অজ্ঞতাই কেতিয়াও সমস্যাৰ সমাধান নকৰে

অন্তৰৰ আনন্দই বদন প্ৰফল্ল কৰে

অন্যায়ৰ শান্তিতকৈ যুদ্ধ শ্ৰেষ্ঠ

অস্ত্ৰ শস্ত্ৰৰ মাজত আইন ববা

অৰ্থই অনৰ্থৰ মূল

অতীতৰ ওপৰত ভগৱানৰ ক্ষমতা নাই

অন্ধবিশ্বাসে গটেই বিশ্বক ৰাখে অগ্নিশিখাৰ ওপৰত, দৰ্শনেহে কৰে উপশম

অসতে সকলোকে অসত যেনেই দেখে

অহংকাৰীৰ পতন অনিবাৰ্য্য

অনুধাবনেই অভ্যাস হয় ....………………………..

অতীত মৰহি যায়, সুগন্ধহে মাত্ৰ ৰয়

অৰ্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অৰ্থহীন

অহংকাৰ আগে আগে, লজ্জা পিছেপিছে যায়

অল্প অৰ্জ্জন বিস্তৰ ভজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ

অসুৰৰ ঘৰতহে অসুৰ জন্মে

অৱস্থা লৈ ব্যবস্থা

অভগীযাই যকে যায় হুলে বিন্ধে বৰলে খায়

আয় চাই ব্যয়

আতুৰত নিয়ম নাস্তি

আপোন ভালেই জগত ভাল ততততততত

আধা জনাতকৈ নজনাই শ্ৰেয়

আশাত থকাজন ভোকত মৰে

আদৰত লৰা নষ্ট

আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল

আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিছয়

আনক জয় কৰাজন বলী, নিজক জয় কৰাজন শক্তশালী

আজিৰ লৰা-জোৱালী কাইলৈৰ নাগৰিক

আলস্যই অপকৰ্মৰ মূল

আকাশত চাং পাতিবলৈ পৰিকল্পনা নকৰিবা

আনন্দই সৌন্দয্যৰ আচল প্ৰসাধন

আশাময় সংশাৰ

আনন্দহীন অন্তৰ অতি দুখীয়া

আৱশ্যকতাত অতি তুচ্ছ বস্তুও মহামূল্যবান হয়

আভৰণ সলনিৰে স্বভাৱ সলনি অসম্ভৱ

আইন ৰচোতাই বেচি আইন ভাঙে

আশা দুখীয়াৰ খাদ্য

আলস্য ভীক্ষাবৃত্তিৰ চাবিকাঠি

আঠুৱা ছাই ঠেং মেলিবা

আমি কি হৈছো জানো, কি হম নাজানো

আইনৰ হাত দীঘল

আত্মাক নহয়, শৰীৰকহে বস্তুৰ প্ৰয়োজন

আত্মবিশ্বাসৰ উন্নতিৰ ছাবিকাঠি

আশা মানৱ আন্তৰৰ শ্বাশত নিজৰা

আগতে প্ৰমাণ, পাচতহে বিশ্বাস

আটাইতকৈ পকা ফলটো আগত সৰে, বৰগছ ডাল আগত পৰে

আনন্দিতৰ বন্ধু অনেক

আদৰ্শবাদীয়ে আনক উন্নতিত সহায় কৰে

আনন্দ প্ৰকৃত শ্ৰেষ্ঠ ঔষধ

আইন অনন্ত খাল সদৃশ

আইন মকৰা জাল সদৃশ

আৱেগ শূন্য নহোৱালৈকে আমি দেৱতা সদৃশ হব নোৱাৰো

আনে শুই থকাৰ সময়ত তুমি গভীৰলৈ চহাবা

আছে ব্ৰাহ্মণ, নাই নৱগুণ

আনন্দ আৰু নিৰানন্দ এটা পইছাৰ ইপিঠ সিপিঠি

আইনত থাকিলে এজনেই সংখাগৰিষ্ঠ

আশাই পৰম সুখ, নিৰাশাই পৰম দুখ

আমেই বান কঠালেই ধান

..............……………………………………………………………

ইচ্ছা থাকিলে উপায় ওলায়

ইচ্ছাশক্তিসম্পন্ন ব্যক্তিয়েহে জ্ঞানী হয়

ইচ্ছাই দুখৰ কাৰণ

ইচ্ছা কৰিলেও সকলো হব নোৱাৰি

ইচ্ছা আৰু চেষ্টাত মহত কামো সিজে ততততত

ইফালে জং সিফালে যাঠি

ইংলেণ্ড সংসদৰ মাতৃ

ঈশ্বৰে যি কৰে মঙ্গলে কৰে

ঈশ্বৰৰ সহায় যোৰ কিহৰ ভয় তাৰ

ঈশ্বৰ সৰ্বত্ৰ বিদ্যমান

ঈশ্বৰ কৰুণাময়

ঈশ্বৰে সিজনকহে সহায় কৰে যি আনক সহায় কৰে

ঈশ্বৰে ৰাখে যাক, হাতি ঘোৰা নালাগে তাক

ঈশ্বৰ সৰ্বশক্তিমান

ঈৰ্ষাৰ গুলি উফৰি আহি নিজৰ গাত লাগে

উপদেশতকৈ আৰ্হি ভাল

উপদেশ কোনেও ভাল নাপায়

উপদেশ

উমৈহতিয়া শৱ বাহী হয়

উন্মক্ত জনতাৰ মূৰ বহুত, মগজু নাই

উন্মক্ত বাকচে চোৰক প্ৰলোভিত কৰে

উন্নতিয়ে বন্ধু আনে বিপৰ্যয়ত পৰিছয় পায়

বিপদত বন্ধুৰ চিন

উঠাতকৈ নামা সহজ

উপকাৰিক আপকাৰ নকৰিবা

উপকাৰিক আজগৰে খায়

উঠিবলৈ নিদিয়া ঘোৰাতকৈ উঠিবলৈ দিয়া গাধই ভাল

ঋণৰ শেষ, শত্ৰুৰ শেষ আৰু জুইৰ শেষ ৰাখি নথবা

ঋণও নহবা ঋণদাঁতাও নহবা

ঋণ মুক্ত মানে বিপদমুক্ত

ঋণীৰ অভাৱ আৰু তিৰোতাৰ অভাৱ পুৰাব নোবাৰি

ঋণ লোওতাতকৈ ঋণদাঁতাৰ স্মৃতি প্ৰখৰ

ঋণহীন দুখীয়া লোকজন ৰাজকুমাৰতকৈ শ্ৰেষ্ঠ

এক বুঢ়ীৰ দুই কাম, ধান বান্ধে চুহে আম

এপাত তালে নাবাজে

এপাচি শাকত এটা জালুক

এক বৰাই ধান খায়, এক বৰাই হান খায়

এৰা ধৰা উত্তম উপায়

একমাত্ৰ কৰ্মইহে দুখ হৰে

একোৱেই নজনাজনৰ কালৈ ভয়

এজন দেখা সাক্ষী, দহজন শুনা সাক্ষীতকৈ শ্ৰেষ্ঠ

চালাকিয়ে এটা চকুৰে তেল আৰু আনটো চকুৰে পানী বিকে

সেৱাই শ্ৰেষ্ঠ প্ৰাৰ্থনা

বগাব গৈ পৰাতকৈ স্থিৰ হৈ থকাই ভাল

বিপদত বন্ধুৰ পৰিচয়

দুৰ্ভাগীয়াই যকে যায় সাগৰ শুকায় মানিক লুকায়