NEWS


কোকৰাঝাৰত না্ৰছিং মহাবিদ্যালয় স্থাপন

১৪ কোটি ২৭ লাখ টকা ব্যয় সাপেক্ষে স্থাপন হবলগীয়া না্ৰছিং মহাবিদ্যালয় খনৰ আজি আধাৰ শিলা স্থাপন কৰে বি টি চি প্ৰমুখ হাগ্ৰামা মহিলাৰীয়ে। এই উদ্দেশ্যে কোকৰাঝাৰৰ দেৱৰগাঁওত ৫০ বিগা মাটি অবন্টন দিয়া হৈছে।(২১ জানুৱাৰী ২০১৫)

Ranju Hazarika of Assamese Writer

ৰঞ্জু হাজৰিকাৰ নামৰ বিখ্যাত অসমীয়া লিখক গৰাকিৰ  প্ৰকৃত নাম কুমুদ হাজৰিকা। তেওঁ ৭৫০ খনৰো অধিক গ্ৰন্থ ৰছনা কৰি লিমকা বুক অফ ৰেৰ্ডত সৰ্বাধিক ৰচক সকলৰ মাজৰ এজন হিচাবে নাম খদিত কৰিবলৈ সক্ষন হৈছে । ই নিশ্চয়কৈ অসমবাসীৰ বাবে গৌৰৱৰ কথা।
******************************************************************************

ভাৰতীয় নবেল বটা বিজয়ী সকল
(Indian Noble Prize winners)

ভাৰতীয় নবেল বটা বিজয়ী সকল
বিষয় আৰু বৰ্ষ
ৰবীন্দ্ৰ নাথ ঠাকুৰ
সাহিত্য(১৯১৩ চন)
চি. ভি. ৰমন
পদাৰ্থ বিজ্ঞান(১৯৩০)
হৰগবিন্দ খৰাণা
চিকিতসা বিজ্ঞান(১৯৬৮)
মাডাৰ টেৰেছা
শান্তি (১৯৭৯)
সুব্ৰমণিয়াম চন্দ্ৰশেখৰ
পদাৰ্থ বিজ্ঞান(১৯৮৩)
অমত্য সেন
অৰ্থবিজ্ঞান(১৯৯৮)
কৈলাশ সত্যাৰ্থী
শান্তি (২০১৪)


***************************************************
অসমৰ প্ৰথম সংগীত বিদ্যাল(First Music School)য়ঃ

"তেজপুৰ মিউজিক স্কুল" ১৯৪০ ১নভেম্বৰ। ৫১ চনত  ৰুপকোঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা মহাপ্ৰয়ানৰ পিচত এই প্ৰতিস্ঠান খনৰ নাম ৰখা হয়  জ্যোতি মিউজিক স্কুল আৰু ১৯৫৬ চনত ইয়াৰ নাম ৰখা হয় "জ্যোতি কলা কেন্দ্ৰ"

********************
এচিয়াৰ সৰ্ব্ব বৃহত পশু বজাৰ বিহাৰৰ সোনপুৰৰ গংগা আৰু গংটক নৈৰ মাজত থকা প্ৰায় পাঁচশ একৰ বৰ্গক্ষেত্ৰ এলেকাত  অনুষ্টিত হয় । ইয়াত গৰু, ঘোৰা, মহ, ছাগলী, ভালুক, মেকুৰী, গাহৰী,গাধ ইত্যাদী বেচা কিনা হয়।
********** 
News: Central scheme for promoting geotechnical textiles in NE (Assam Tribune 17/12/2014, 1st Page)

Arupa Patangia Kalita & U. G. Brahma have won the Sahitya Akademi Awards 2014.
Arupa Patangia Kalita is an well known Assamese novelist and short story writer. Patangia Kalita is a Prof. in English of Tangla College and her  literary awards include the Bharatiya Bhasha Parishad award, Kayha Prize and Prabin Saikia Award.
U.G. Brahma is an eminent Bodo poet and essayist with five collection including short stories, biography and essay.
The award consist of a casket containing an engraved copper-plaque, a shawl and a cheque of Rs. 1,00,000 lakh.

অৰুপা পটংগীয়া কলিতা আৰু উৰ্খাও গৌৰা ব্ৰহ্মলৈ সাহিত্য অকাডেমি বটা

২০১৪ চনৰ সাহিত্য অকাডেমি বটা, "মৰিয়ম অস্টিন অথবা হীৰা বৰুৱা" নামৰ গ্ৰন্থখনৰ বাবে অৰুপা পটংগীয়া কলিতালৈ আৰু "উদাং নিপ্ৰায় জিগিংপুন্নলৈ" গ্ৰন্থখনৰ বাবে উৰ্খাও গৌৰা ব্ৰহ্মলৈ আগবঢ়ৱা হৈছে । টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা অৰুপা পটংগীয়া কলিতাই এতিয়ালৈ ১৯খন গ্ৰন্থ ৰছনা কৰিছে। তেখেতৰ সৃষ্টি সমূহৰ ভিতৰত আছে -মৃগনাভি(১৯৮৭)মৰুযাত্ৰা আৰু অন্যান্য(১৯৯৩), অয়নান্ত(১৯৯৪), মৰুভূমীত মেনকা আৰু অন্যান্য(১৯৯৫), দেওপাহাৰৰ ভগ্নস্তূপত (১৯৯৯), অৰুণিমাৰ স্বদেশ(২০০০), মিলেনিয়ামৰ সপোন(২০০০) ফেলানী(২০০৭), পাহাৰ, নদী, সাগৰ আৰু মানুহ(২০১০) মৃগনাভি, কাঁইটত কেতেকী, ৰঙা মাটিৰ পাহাৰটো, সোণালী ঈগলে কনী পাৰিলে, বেলীয়ে উমনি দিলে,আলেকজান বানুৰ জান, পাছ চতালৰ কথকলতা  ইত্যাদি।


 Jnanpith Award (2014) to  Bhalachandra Nemade

 NEW DELHI, Feb 6 – Eminent Marathi litterateur Bhalachandra Nemade has been chosen for the 50th Jnanpith Award for 2014. His nomination was decided at a meeting of the Jnanpith selection board, chaired by writer and scholar Namwar Singh.
Born in 1938, Nemade occupies a unique place in Marathi literature. His hugely celebrated works – from Kosala, 1963 to his recently-published magnum opus Hindu – have earned him a reputation as a self-aware, globally conscious and alert writer, said a statement issued by Bharatiya Jnanpith today.
He has also been conferred the Padma Shri and has won the Sahitya Akademi Award, besides many other accolades. – PTI  (from:The Assam Tribune 7 Feb.2015)