Asom Sangeet

জাতীয় সংগীতঃ
অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশটি ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।
' মোৰ আপোনাৰ দেশ
অ মোৰ চিকুণীৰ দেশ
এনেখন সুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ
' মোৰ সুৰীয়া মাত
' মোৰ সুৱদি মাত
পৃথিৱীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলো পাত
' মোৰ অপজা ঠাই
' মোৰ অসমী আই
চাই লওঁ তোমাৰ মুখখনি এবাৰ
হেপাহ মোৰ পলোৱা নাই।।