Asom Sangeet

জাতীয় সংগীতঃ
অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশটি ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা।
অ' মোৰ আপোনাৰ দেশ
অ মোৰ চিকুণীৰ দেশ
এনেখন সুৱলা এনেখন সুফলা
এনেখন মৰমৰ দেশ
অ' মোৰ সুৰীয়া মাত
অ' মোৰ সুৱদি মাত
পৃথিৱীৰ কতো বিচাৰি জনমটো
নোপোৱা কৰিলো পাত
অ' মোৰ অপজা ঠাই
অ' মোৰ অসমী আই
চাই লওঁ তোমাৰ মুখখনি এবাৰ
হেপাহ মোৰ পলোৱা নাই।।