ছদ্ম নাম


                     

ছদ্ম নাম
প্ৰকৃত নাম
ভৱানন্দ পাঠক
ড. বানীকান্ত কাকতি
ভানুনন্দন
ড. সূৰ্য্য কুমাৰ ভূঞা
ৰাস্না বৰুৱা/ বীনা বৰুৱা
ড. বিৰিঞ্চি কুমাৰ বৰুৱা
শীনভদ্ৰ
ৰেৱতী মোহন দত্ত চৌধুৰী
সঞ্জয়/প্ৰিয় বন্ধু
ড. ভবেন্দ্ৰ নাথ শইকিয়া
বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া
বিষ্ণুপ্ৰসাদ ৰাভা
হয়ভৰ অভয়পুৰীয়া
পাৰ্বতী প্ৰসাদ বৰুৱা
কৃপাবৰ বৰবৰুৱা
লক্ষীনাথ বেজবৰুৱা
এন্দি খুড়া
ড. নগেন দত্ত
১০
মামণি ৰয়ছম গোস্বামী
ইন্দিৰা গোস্বামী
১১
চাৰু দত্ত
দীনেশ চন্দ্ৰ গোস্বামী
১২
কুমাৰ কিশোৰ
তীৰ্থ নাথ শৰ্ম্মা
১৩
ভোলাই শৰ্ম্মা
ৰজনী কান্ত বৰদলৈ
১৪
অস্টবক্ৰ
কমলা কান্ত ভট্টাচাৰ্য্য
১৫
নীলা বাইদেউ
নিৰ্মলপ্ৰভা বৰদলৈ
১৬
অজগৰ/ স্বামী অভঙানন্দ
চৈয়দ আব্দুল মালিক
১৭
সীমা দত্ত/ এখুদ ককাইদেউ, ন-আইতা
নৱকান্ত বৰুৱা
১৮
অঘৰী
প্ৰমোদ কুমাৰ বৰদলৈ
১৯
অনিৰুদ্ধ কটকী
মুনীন বৰকটকী
২০
অনুভব তুলসী
ডিম্বেশ্বৰ শইকীয়া
২১
অচিন মমাইদেউ
অমল দত্ত
২২
অস্বীকৃত
জগদীশ ফুকন
২৩
অসম, চিত্ৰ দাস
অতুল চন্দ্ৰ হাজৰিকা
২৪
অশান দত্ত, কুম্ভকৰ্ণ
ইমৰান শ্বহ
২৫
এণ্ডি খুৰা,
ডা. নগেন দত্ত
২৬
কাঞ্চন বৰুৱা
ভুবন মোহন বৰুৱা
২৭
কুমাৰ মধুসুদন
মহেশ চন্দ্ৰ গোস্বামী
২৮
কুমাৰ কিশোৰ
কিশোৰ কুমাৰ শৰ্ম্মা
২৯
কেৰপাই শৰ্ম্মা
বিনন্দ তন্দ্ৰ বৰুৱা
৩০
গুৰু দত্ত
গুনাভিৰাম বৰুৱা
৩১
গণপতি, মধুকৰ
গৌৰীকান্ত তালুকদাৰ
৩২
চাৰু দত্ত
দীনেশ চন্দ্ৰ গোস্বামী
৩৩
চিত্ৰ সেন যখৰীয়া
হলীৰাম ডেকা
৩৪
দদাই
কীৰ্তি নাথ হাজৰিকা
৩৫
দেশ
দেলেশ্বৰ শৰ্ম্মা
৩৬
ধনবৰ কাই
মহিম বৰা
৩৭
নতুন কৃপাবৰ
ৰত্নকান্ত বৰকাকতী
৩৮
নাচিকেতা
ভবানন্দ দত্ত
৩৯
নিৰঞ্জন ফুকন
ড. হীৰেন গোহাই
৪০
নিৰ্মলা দেৱী
তীৰ্থ নাথ শৰ্ম্মা
৪১
নীলিম কুমাৰ
হেমেন কুমাৰ শৰ্ম্মা
৪২
নীলা বাইদেউ
নিৰ্মল প্ৰভা বৰদলৈ
৪৩
পশুপতি ভৰদ্বাজ
উমাকান্ত শৰ্ম্মা
৪৪
পীতাম্বৰ ৰাজ মেধী
ৰাজমোহন নাথ
৪৫
বাবুল
ইমৰাণ শাহ
৪৬
যদু
যতীন্দ্ৰ নাথ দুৱৰা
৪৭
যশপতি শৰ্ম্মা
কীৰ্তিনাথ বৰদলৈ
৪৮
ভোলাই শৰ্ম্মা
ৰজনী কান্ত বৰদলৈ
৪৯
মনাই বৈৰাগী
মহেন্দ্ৰ নাথ ডেকা ফুকন
৫০
ৰংমন
ৰবীন দে
৫১
ৰঞ্জু হাজৰিকা
কুমুদ হাজৰিকা
৫২
ৰসেশ্বৰ হাজৰিকা
পবিত্ৰ কুমাৰ ডেকা
৫৩
ৰাণা তামুলী
প্ৰণৱ তামুলী
৫৪
ৰাম দাশ গোস্বামী
ৰত্নেশ্বৰ মহন্ত
৫৫
ৰুপ চন্দ্ৰ ভাগৱতী
শৰত চন্দ্ৰ গোস্বামী
৫৬
মৌচাক মামা
প্ৰমোদ চন্দ্ৰ তামুলী
৫৭
স্বৰ্ণ বৰুৱা
হেমচন্দ্ৰ বৰুৱা
৫৮
সৌৰভ কুমাৰ চলিহা
সুৰেন্দ্ৰ নাথ মেধী